কোভিডত আক্ৰান্ত হৈ অভিনেতা বিক্ৰমজিৎ কানৱাৰপালৰ মৃত্যু

কোভিডত আক্ৰান্ত হৈ অভিনেতা বিক্ৰমজিৎ কানৱাৰপালৰ মৃত্যু ।
মুম্বাইৰ ছেভেন হিলছ চিকিৎসালয়ত মৃত্যু হয় অভিনেতা গৰাকীৰ ।
৫২ বছৰীয়া অভিনেতাজন এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া আছিল ।
২০০৩ চনত বলিউডত আত্মপ্ৰকাশ কৰিছিল অভিনেতা গৰাকীয়ে ।
১৯৮৯ চনত সেনা বাহিনীত যোগদান কৰিছিল অভিনেতা গৰাকীয়ে ।

Leave A Reply

Your email address will not be published.