গুজৰাটৰ কোভিড চিকিৎসালয়ত অগ্নিকাণ্ড, ১৮ জন কোভিড ৰোগীৰ মৃত্যু

গুজৰাটৰ কোভিড চিকিৎসালয়ত অগ্নিকাণ্ড ।

শুকুৰবাৰে মাজনিশা অগ্নিকাণ্ড সংঘটিত হয় ভাৰুচৰ চিকিৎসালয় খনত ।

অগ্নিকাণ্ডৰ ফলত চিকিৎসালয় খনত ১৮ জন কোভিড ৰোগীৰ মৃত্যু ।

স্থানীয় আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকে উদ্ধাৰ কৰে ৰোগী সকলক ।

অগ্নিকাণ্ডৰ পিছতে ১২ জন ৰোগীৰ মৃত্যু হৈছিল ।

আৰক্ষীয়ে জানিব দিয়া মতে ৰাতিপুৱা ৬.৩০ বজালৈ মৃতকৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি ।

Leave A Reply

Your email address will not be published.